সৰ্বপ্ৰথমে ঘিলমৰাবাসীলৈ বিহুববীয়া ওলগ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখনি পুৰণি আৰু উল্লেখযোগ্য মঞ্চবিহু হ’ল…
বিহুটি আদৰৰ বিহুটি সাদৰৰবিহুটি অসমৰ প্ৰাণএনুৱা বিহুটি ন’হব লাগিলেনৰ’ব অসমৰ মান।পৰম শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ। বসন্তৰ পৰশ পাই…
বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা যাচিছোঁ। ইতিমধ্যে আপোনালোক অৱগত হৈছে যে, অহা ১১, ১২ আৰু…
চ’ততে কান্দিলেচতুৱা চৰায়েব’হাগত কান্দিলে কুলি।সঁকৰাতিৰ দিনাখনকেতেকীয়ে কান্দিলেবিহুটি আহিলে বুলি।। বসন্তৰ আগমণত উদ্যাপন কৰা ব’হাগ বিহু বা ৰঙালী…
হিৰণ্ময়ী ভৰালী পলাশৰ সাজ সলাই সেউজীয়া চাদৰ মেৰিয়াই ব’হাগে হঁহাৰ পৰতেই আকাশত মেঘে ধেমালি কৰিছে। ডাৱৰৰ অভিমানবোৰ…
লুইত কিৰণ দাস শিক্ষা আৰু কৰ্মসূত্ৰে ঘৰৰপৰা বাহিৰলৈ অহা দশক হ’ল। অৱশ্যে বিহুৱে-সংক্ৰান্তিয়ে ঘৰলৈ গৈ থকা হয়।…
পাৰিজাত গগৈ প্ৰথম স্তৱককুঁহিপাতৰ কথা১। “চ’তৰ ৰ’দ বৰ চোকা”গাঁৱৰ কথাবোৰ সুকীয়া । গাঁৱৰ অনুভৱক জীপাল কৰিবলৈ চ’তৰ…
মৌচুমী বৰগোহাঁই “মৰমৰ দীঘ দি চেনেহৰ বাণী লৈহেঁপাহৰ আচুৰে বোৱাসপোনৰ গুটিৰে ফুলে তুলি তুলিচালে চকু থৰ হোৱা….”চেনেহৰ…
পাপৰি গগৈ বসন্ত আমাৰ সকলোৰে প্ৰিয় ঋতু। বসন্ত উৎসৱৰ বতাহে আমাৰ সকলোৰে মনত একেই প্ৰাণ চঞ্চলতা কঢ়িয়াই…